Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 1:50 pm

Home » আঞ্চলিক » পুষ্ণা উৎসৱত : উপগ্ৰহীয় কাউঞ্চিলৰ দাবী সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ

পুষ্ণা উৎসৱত : উপগ্ৰহীয় কাউঞ্চিলৰ দাবী সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ

তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাটৰ কামানডাঙ্গাত পালন হৈছে ইছলাম ধৰ্মী দেশী মুছলমানৰ পুষ্ণা উৎসৱ। শনিবাৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সাংসদ, অসমৰ ধুবুৰী জিলা কমিটি আৰু কামানডাঙ্গা আঞ্চলিক কমিটিৰ উদ্যোগত  আয়োজিত “পুষ্ণা উৎসৱ” অনুষ্ঠানত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পন, জনগোষ্টিটোৰ সংস্কৃতি বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে। লগতে পুৱাৰে পৰা পিঠা পনা খোৱা, জনগোষ্ঠীটোৰ প্ৰিয় খাদ্য ছেকা দি ভোজ খোৱা হয়। আবেলি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ইমদাদুল খন্দকাৰ। মুকলি সভাত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি এম ইনামুল হকে অসমৰ খিলঞ্জীয়া দেশী মুছলমান সকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে চৰকাৰৰ প্ৰতি আহবান জনায়। আনহাতে দেশী মুছলমান সকলৰ জৰীপৰ ব্যবস্থা, কোচৰাজবংশী সকলৰ দৰে দেশী মুছলমানৰ বাবে উপগ্ৰহীয় কাউঞ্চিলৰ দাবী উত্থাপন কৰে হকে। মুকলি সভাত আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায় তথা বিশিষ্ট ব্যক্তি সকলে দেশী মুছলমান সকলৰ কৃষ্টি সংস্কৃতিৰ ওপৰত ভাষন প্ৰদান  কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন