Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 1:13 am

Home » দেশ এবং বিদেশে » কোন এই ভাৰতীয় উছেইন বল্ট ?

কোন এই ভাৰতীয় উছেইন বল্ট ?

নতুন দিল্লী : কৰ্ণাটকৰ এজন যুৱক সম্প্ৰতি ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে। দৰাচলতে ছচিয়েল মিডিয়াৰ দাবী অনুসৰি যুৱক জনে ১০০ মিটাৰ দৌৰ মাত্ৰ ৯.৫৫ ছেকেণ্ডত অতিক্ৰম কৰিছে লগতে যুৱকজনে উছেইন বল্টৰ অভিলেখ ভংগ কৰিছে। কৰ্ণাটকৰ যুৱক শ্ৰীনিবাস শ্ৰীনিৱাস গৌড়াই পৰম্পৰাগত ষাঁড় গৰুৰ দৌৰত ১৩.৬২ ছেকেণ্ডত ১৪২.৫০ মিটাৰ অতিক্ৰম কৰে। অৰ্থাৎ ১০০ মিটাৰ দৌৰ ৯.৫৫ ছেকেণ্ডত অতিক্ৰম কৰিছে। গৌড়াৰ সেই ভিডিঅ’ ছচিয়েল মিডিয়াত খুব ভাইৰেল হৈছে।

এতিয়া সম্পৰ্কে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে টুইট কৰি শ্ৰী নিৱাসক অনুশীলনৰ বাবে আমন্ত্ৰণ জনাইছে। মন্ত্ৰী গৰাকীয়ে টুইটাৰত লিখিছে যে মই ছাইৰ প্ৰশিক্ষকৰ দ্বাৰা কৰ্ণাটকৰ শ্ৰী নিৱাস গৌড়াক অনুশীলনৰ বাবে মাতিম লগতে উল্লেখ কৰে যে ভাৰতৰ কোনো প্ৰতিভা যাতে পিছপৰি নাযায়। সোমবাৰৰ পৰা শ্ৰীনিবাসে ছাই প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলন কৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন