Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 10:55 am

Home » আঞ্চলিক » আসাম » ভূৱা বাণিজ্যৰে নিৱনুৱাক লুণ্ঠন প্ৰৱঞ্চকৰ

ভূৱা বাণিজ্যৰে নিৱনুৱাক লুণ্ঠন প্ৰৱঞ্চকৰ

গুৱাহাটী : কোৰোনা আৰু লকডাউনে বিধ্বস্ত কৰা অৰ্থনীতিৰ ফলত দেশত বৃদ্ধি পাইছে নিবনুৱা। তাৰে সুবাদতে একাংশই বিভিন্ন প্ৰতিষ্ঠানৰ নামত ভুৱা বাণিজ্য কৰাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, মহানগৰ খনৰ হাতীগাওঁ সেউজী পথৰ এখন অট্টালিকাত গঢ় লৈ উঠিছে S & I B service pvt.ltd. নামৰ এটি প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ উত্তৰ পূৰ্বাঞ্চালৰ দায়িত্বত আছে নাছিম আহমেদ নামৰ এজন প্ৰৱঞ্চক।
    
পূৰ্বে ভূৱা বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰা এই প্ৰৱঞ্চক গৰাকীয়ে ৰাজ্যখনত আকৌ কলিকতাস্থিত S & I B প্ৰতিষ্ঠানৰ জৰিয়তে মাহানগৰীত কাৰ্যালয় খুলি ভূৱা প্ৰতিশ্ৰুতিৰে নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। লক্ষণীয় যে, Sunrise Advt & Marketing Pvt LTD. নামৰ ভূৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালকৰ দায়িত্বত আছিল এই গৰাকী নাছিম আহমেদ নামৰ প্ৰৱঞ্চক। 
 প্ৰৱঞ্চকজনৰ বিৰুদ্ধে চলি আছে বহু কেইটা গোচৰ। প্ৰাপ্ত তথ্য মতে, কেৱল ডিমাপুৰৰ পৰাই ৮০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত ডিমাপুৰত চলি আছে ৩৭/২০১৫ নামৰ এটি গোচৰ।
আত্মসাতৰ ধনেৰে প্ৰৱঞ্চক গৰাকীয়ে পত্নীৰ নামত বিশাল সম্পত্তিৰ পাহাৰ গঢ়িছে। সম্প্ৰতি আকৌ উত্তৰ পূৰ্বাঞ্চলত লুষ্ঠনৰ জাল পেলেৱা কাৰ্যত পূৰ্বৰ ভূক্তভোগীসকলে চি এই ডি’ৰ তন্দন্তৰ দাবী উত্থাপন কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজ দিন

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসে আজ
নামজার সময়সূচী
রাশিফল
অঙ্কন